exona2014.wordpress.com
এন’ৰেক্সিয়া নাৰ্ভ’ছা
এজনী ২২ বছৰীয়া তৰুণী‌। নাম তাইৰ লুইজেল ৰেম’ছ। নিজকে এগৰাকী আগশাৰীৰ মডেল হিচাপে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হেঁপাহ তাই মনতে কঢ়িয়াই ফুৰিছিল‌। ২০০৬ চনৰ আগষ্ট মাহৰ এটা দিনত তাই উৰুগুৱেত অনুষ্ঠিত এখন ফেশ্বন …