এষণা exona

বিজ্ঞানমনস্কতা সম্পৰ্কীয় পত্ৰিকা

যুক্তি-বিকাশ সমিতি, অসম

যুক্তিবাদী চিন্তা-চৰ্চাৰ প্ৰসাৰৰ উদ্দেশ্যে নিয়োজিত অনুষ্ঠান। ২০০৩ চনৰ অক্টোবৰ মাহত গঠিত।

অনুষ্ঠানটোৰ উদ্যোগত যোৱাকেইটা বছৰত ভালেসংখ্যক পুস্তিকা প্ৰকাশ পাইছে। যুক্তিবাদী চিন্তা-চৰ্চাৰ বিভিন্ন ধাৰাৰ সৈতে দীৰ্ঘ দিন ধৰি জড়িত বিদ্বান তথা কৰ্মীসকলৰদ্বাৰা লিখিত এই পুস্তিকাসমূহে সামগ্ৰিকভাৱে অন্ধবিশ্বাস তথা অন্ধবিশ্বাসবিৰোধী সংগ্ৰামৰ বৈজ্ঞানিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক আদি বিভিন্ন আয়তনসমূহ নিৰ্মোহভাৱে দাঙি ধৰিবলৈ যত্ন কৰিছে। বিজ্ঞানমনস্কতা-সম্পৰ্কীয় তিনিমহীয়া পত্ৰিকা ‘এষণা’ হ’ল অনুষ্ঠানটোৰ আন এটা পদক্ষেপ।

যোগাযোগৰ ঠিকনাসমূহ :

শৈলেন গোহাঁই : থানা চাৰিআলি, ডিব্ৰুগড়-০১, ফোন : ৯৯৫৪৫৭২০৮৬,

কৌশিক দাস : শস্য-শৰীৰ বিজ্ঞান বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট-১৩, ফোন : ৯৪৩৫৫১৪৩৬৪,

পৰমানন্দ মজুমদাৰ : ভূগোল বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, গুৱাহাটী-০৯, ফোন : ৯৮৬৪৮০৭১৪৪।

প্ৰকাশিত পুস্তিকাসমূহ :

১. বিজ্ঞানমনস্কতাৰ সপক্ষে : প্ৰসেনজিৎ চৌধুৰী

২. নাৰী আৰু মৌলবাদ : সন্ধ্যা দেৱী

৩. আব্ৰাহাম কোভুৰ বনাম অলৌকিকতা : শৈলেন গোহাঁই

৪. অন্ধবিশ্বাস – স্বৰূপ আৰু বৈচিত্ৰ্য : দেৱকান্ত সন্দিকৈ

৫. নাৰী-জীৱনৰ সন্ধিক্ষণ – যুক্তিৰ পোহৰেৰে : বৰ্ণালী বৰুৱা দাস

৬. ডাইনী প্ৰসংগ : অঞ্জু বৰকটকী আৰু ৰত্না দত্ত

৭. বিজ্ঞানমনস্কতা আৰু আমাৰ ঐতিহ্য : শিৱনাথ বৰ্মন

৮. বুদ্ধিদীপ্ত নিৰ্মাণ – বিজ্ঞান নে অবিজ্ঞান : কৌশিক দাস

৯. বিশ্বাসৰ আৱৰ্তত বিপন্ন জৈৱবৈচিত্ৰ্য : শৈলেন্দ্ৰ মোহন দাস

১০. বাস্তুশাস্ত্ৰ আৰু ফেংছুই – প্ৰকৃত সত্যৰ সন্ধান : মানসী গোস্বামী

(উক্ত দহখন পুস্তিকাৰ একত্ৰিত সংকলন সম্পাদনা কৰি উলিয়াইছে ইন্দিবৰ দেউৰীয়ে। সংকলনটো ‘যুক্তি-বিকাশ’ নামে অসম প্ৰকাশন পৰিষদৰপৰা প্ৰকাশিত হৈছে ২০০৮ চনত।)

১১. বিজ্ঞানমনস্কতা আৰু সাম্প্ৰদায়িকতা : প্ৰসেনজিৎ চৌধুৰী

১২. বৰ্ণবাদ আৰু অসম : অজিত কুমাৰ গোস্বামী

১৩. বাস্তুবিদ্যা – প্ৰচাৰ অতিপ্ৰচাৰ অপপ্ৰচাৰ : অতনু কুমাৰ দত্ত

১৪. পঞ্জিকা বিশ্বাস – অৰ্থ-অনৰ্থ : সুৰেন্দ্ৰনাথ বড়ো

১৫. বিশ্বাসৰপৰা অন্ধবিশ্বাসলৈ : নিতুল চাংমাই

১৬. ডাইনী সংবাদ : দিগন্ত গগৈ

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: